One School 64 candidates .Passed only 4 (Borpeta) নিলিখাকৈ থাকিব নোৱাৰিলোঁ, আমাৰ অভিভাৱকলৈ কিছুমান কথা দৃষ্টিগোচৰ কৰিবলৈ আহ্বান কৰিলোঁ। 1. প্ৰথম কথা আজি যেনেকৈ ফলাফল ভাল হোৱা নাই বুলি সভা পাতিছে। ঠিক তেনেদৰে বছৰৰ প্ৰত্যকটো মাহত সাধাৰণ সভা বহক আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বিষয় লৈ আলোচনা কৰক। 2. অভিভাৱক সকলক উদ্দেশ্য কৰি কৈছোঁ, আপোনাৰ ল'ৰা বা ছোৱালী কি কৰি আছে নজৰ ৰাখক আৰু ঘৰত পঢ়াৰ অভ্যাস গঢ়ি তোলক। 3. আজৰি সময়ত আপোনাৰ ল'ৰা ছোৱালীয়ে কি কৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখক, লগতে তেওঁলোকক মোবাইল ব্যৱহাৰৰ পৰা বিৰত ৰাখক। 4. শিক্ষকে দিয়া গৃহকাৰ্য (Home work) আপোনাৰ ল'ৰা ছোৱালীয়ে লিখিছেনে নাই তাৰ প্ৰতি গুৰুত্ব দিয়ক। 5. আপোনাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকদিন ঘৰত কেই ঘন্টা অধ্যয়ন কৰে, তাৰ হিচাপ ৰাখক আৰু অধ্যয়নৰ সময় যদি কম হয় সময় বঢ়াবলৈ চেষ্টা কৰক। মোৰ মতে, এইখিনি যদি মানি চলিব পাৰে , নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। সকলো লৈ ধন্যবাদ থাকিল পৰীক্ষাৰ পিছত হ'লেও যে আপোনালোকে সজাগ হৈ সভাখন পাতিছে। Nasir Ahmed মই আৰু দুটামান কথা কবলৈ লৈছো আপ...
Posts
Showing posts from April, 2026